Download Ramdhenu Plus, Assamese Typing Software with Spell Checker
admin
Download Ramdhenu Plus, Assamese Typing Software with Spell Checker. ৰামধেনু প্লাছ - য’ত সন্নিৱিষ্ট হৈ আছে গীতাঞ্জলী ফন্টৰ বাবে অসমীয়া ষ্পেল চেকাৰ যিটো অসমীয়া ভাষাৰ বাবে প্ৰথম আৰু একমাত্ৰ প্ৰফেশ্চনেল স্বয়ংক্ৰিয় স্পেলচেকাৰ. লগতে ইউনিক’ডত বিনামূল্যে চলাব পৰাকৈ ব্যৱস্থাও কৰি দিয়া হৈছে, অসমীয়া টাইপ কৰিব নজনাজনে এতিয়া ষ্মাৰ্ট ফোনেটিক কিৱৰ্ড লেঅাউটৰ যোগেৰে অনায়াসে দুই মিনিটতে অসমীয়া টাইপ কৰিব.
Download from this link : https://drive.google.com/file/d/0BwC-XiOJIYo1QVJtTWQ3Z2dUb1k/view
Source : Utpal Baruah
- 91973 views