Skip to main content
North East India's Local Information Service

Borluit Axom

Mobile No
097062 16419
Email Id
borluitaxom@gmail.com
Address

Rukmini Nagar, Guwahati-781006
Ph:097062 16419

অসমৰ থলুৱা আৰু যুৱ শিল্পীৰে গঠিত এটি দল। পুৰণি আৰু পাহৰণিৰ গৰ্ভত সোমাই পৰা অসমীয়া গীতসমূহ নতুন ৰূপত দৰ্শকৰ মাজলৈ লৈ যোৱাৰ উপৰিও কামৰূপী লোকগীত, হোলিগীত, বিহু আদি নতুন ৰূপত উপস্থাপন কৰি অসমৰ সাংস্কৃতিক জগতখনত নতুনকৈ ভুমূকি মাৰিছে বৰলুইত অসমে। অগতানুগতিক সংগীতশৈলীৰে আগন্তুক দিনত দৰ্শকৰ আশীষ ধৈন্য হৈ অসমৰ সংগীত জগতত এক নতুন মাত্ৰাৰ সংযোজন কৰাৰ দিশত আগবাঢ়িছে বৰলুইত অসম। ইতিমধ্যে মুক্তি লাভ কৰা তুমি আহিবানেৰ পিছত কেবাটাও গান দৰ্শকক মনোৰঞ্জন যোগাবলৈ মুক্তিৰ বাবে সাজু হৈছে। সাংস্কৃতিক সন্ধিয়া, বিহু আদিত মন পৰশা গীতেৰে দৰ্শকৰ হিয়া জুৰাবলৈ বা নচুৱাবলৈ বৰলুইত অসমৰ লগত যোগাযোগ কৰক।