Skip to main content
North East India's Local Information Service

চুলি সৰা, অকাল পক্কতা আৰু উফিৰ সমস্যা, পৰম্পৰাগত প্ৰাকৃতিক চিকিৎসা

চুলি সৰা , অকাল পক্কতা আৰু উফিৰ সমস্যাৰ বাবে তলত দিয়াৰ ধৰণে ব্যৱহাৰ কৰিলে অতি সোনকালে সু ফল পাব ।
1 ) 100 গ্ৰাম ভাল নাৰীকলৰ তেলত 5 গ্ৰাম খোৱা কৰ্পোৰ মিহলাই থৈ দিয়ক
গা ধুৱাৰ পাছত আৰু ৰাতি শুৱাৰ সময়ত ভালকৈ মালিচ কৰি কৰি মূৰত লগাওঁক ।।
1 সপ্তাহ লগাওঁকচুলিৰ সমস্যা নোহোৱা হব ।।
2) 100 গ্ৰাম নাৰীকলৰ তেলত এটা গোল নেমু ৰস মিহলাই দিনত 2 বাৰ লগাব পাৰে
3) সপ্তাহত এদিন চাহপাত গৰম পানীত তিয়াই লৈ ঠাণ্ডা হলে সেই পানীৰে মোৰ ধুব পাৰে ।। চুলিৰ উজ্জলতা বাঢ়িব আৰু সকলো সমস্যা দূৰ হব
ওপৰৰ যিকোনো এটা কৰিব পাৰে বা গোটেই কেইটা কৰিলেও একো লোকচান নাই ।
Source : পংকজ পাঠক