চুলি সৰা, অকাল পক্কতা আৰু উফিৰ সমস্যা, পৰম্পৰাগত প্ৰাকৃতিক চিকিৎসা
admin
23 October 2016
চুলি সৰা , অকাল পক্কতা আৰু উফিৰ সমস্যাৰ বাবে তলত দিয়াৰ ধৰণে ব্যৱহাৰ কৰিলে অতি সোনকালে সু ফল পাব ।
1 ) 100 গ্ৰাম ভাল নাৰীকলৰ তেলত 5 গ্ৰাম খোৱা কৰ্পোৰ মিহলাই থৈ দিয়ক ।
গা ধুৱাৰ পাছত আৰু ৰাতি শুৱাৰ সময়ত ভালকৈ মালিচ কৰি কৰি মূৰত লগাওঁক ।।
1 সপ্তাহ লগাওঁক । চুলিৰ সমস্যা নোহোৱা হব ।।
2) 100 গ্ৰাম নাৰীকলৰ তেলত এটা গোল নেমু ৰস মিহলাই দিনত 2 বাৰ লগাব পাৰে ।
3) সপ্তাহত এদিন চাহপাত গৰম পানীত তিয়াই লৈ ঠাণ্ডা হলে সেই পানীৰে মোৰ ধুব পাৰে ।। চুলিৰ উজ্জলতা বাঢ়িব আৰু সকলো সমস্যা দূৰ হব ।
ওপৰৰ যিকোনো এটা কৰিব পাৰে বা গোটেই কেইটা কৰিলেও একো লোকচান নাই ।
Source : পংকজ পাঠক
- 2304 views