বগা দাগ আৰু ইয়াৰ আয়ুৰ্বেদিক ঔষধ
admin
23 October 2016
1 ফুট মান ওখ তুলসীৰ গছ এপাত গা গছ শিপাৰ সতে উভালি আনক ।
ভালকৈ ধুই লৈ টুকুৰা টুকুৰ কৰি কাটি মিক্সৰত দিয়ক ।
এতিয়া মিক্সৰত হোৱা পেষ্ট খিনি 250 ml খাটি সৰিয়হৰ তেলত ভালকৈ 25 মিনিট মান গৰম কৰক ।। তেলৰ পৰিমান যেতিয়া শুকাই আধা হব তেতিয়া ঠাণ্ডা হব দিয়ক ।। তেলখিনি ভালকৈ চেকি লৈ বতলত ভৰাই থব ।। সেই তেলেৰে বগা দাগ পৰা ঠাইত তুলাৰে লগাই 1 ঘণ্টা মান থাকিব দিয়ক ।। দৈনিক 2 বাৰ লগাওঁক ।।
1 মাহ লাগিব ঠিক হোৱাত
Source : পংকজ পাঠক
- 2972 views