Skip to main content
North East India's Local Information Service

Download Assam Government Public Holiday List 2018

Assam Government Public Holiday List 2018. অসম চৰকাৰৰ চৰকাৰী বন্ধৰ তালিকা । ২০১৮ চনত চৰকাৰীভাবে বন্ধ থাকিব লগা দিনসমূহ-

১৪ জানুৱাৰী - মাঘ বিহু।

১৫ জানুৱাৰী - তুছু পূজা।

২৩ জানুৱাৰী- নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম দিন।

২৬ জানুৱাৰী- গণৰাজ্য দিৱস।

৩১ জানুৱাৰী- মে-ডাম-মেফী/বীৰ চিলাৰায় দিৱস।

১ মাৰ্চ- দৌলযাত্ৰা।

৩০ মাৰ্চ- গুড ফ্ৰাই ডে।

১৪, ১৫, ১৬ এপ্ৰিল - ব’হাগ বিহু/দামোদৰ দেৱৰ তিথি।

৩০ এপ্ৰিল - বুদ্ধ পূৰ্ণিমা।

১ মে’ - মে’ দিৱস।

৩০ মে’- শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মোসব।

১৬ জুন- ঈদ-উল-ফিটৰ।

১৫ আগষ্ট - স্বাধীনতা দিৱস।

২২ আগষ্ট- ঈদ-উজ-জোহা।

৩১ আগষ্ট- শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি।

৩ ছেপ্টেম্বৰ- জন্মাষ্টমী।

১১ ছেপ্টেম্বৰ- শ্ৰীমন্ত শংকৰদেৱৰ তিথি।

১৯ ছেপ্টেম্বৰ- শ্ৰীমন্ত শংকৰদেৱৰ জন্মোসব।

২ অক্টোবৰ- গান্ধী জয়ন্তী।

১৬, ১৭, ১৮, ১৯ অক্টোবৰ- দুৰ্গা পূজা/বিজয়া দশমী-কাতি বিহু।

৬ নৱেম্বৰ- কালী পূজা/দেৱালী।

২৩ নৱেম্বৰ- গুৰু নানকৰ জন্ম দিন।

২৪ নৱেম্বৰ- লাচিত দিৱস।

২ ডিচেম্বৰ- অসম দিৱস।

২৫ ডিচেম্বৰ- বৰদিন।